Jodi ketiyaba okole assamese song, jitul sonowal super hit assamese song , Ramdhenu karaoke superstar Ramen Raj.

Jodi ketiyaba okole assamese song, jitul sonowal super hit assamese song ,

যদি কেতিয়াবা অকলে অসমীয়া গানটো জিটুল সনোৱালৰ কণ্ঠত সকলোৱে বহুবাৰ শুনিছে। প্ৰিয় শিল্পীজনৰ এই জনপ্ৰিয় গীতটো ম‌ই মোৰ কণ্ঠত গাবলৈ চেষ্টা কৰিছিলোঁ অসমৰ জনপ্ৰিয় টিভি চেনেল ৰামধেনুৰ এটা ৰিয়েলিটী শ্ব'ত । Ramdhenu karaoke superstar. Assamese TV show, Jodi ketiyaba okole assamese song, Ramen Raj.

Please watch this video


Post a Comment

0 Comments